27/08/2026
আমাৰ সংগ্ৰামী সতীৰ্থ বীৰ লাচিত সেনাৰ অক্লান্ত সৈনিক মানস জ্যোতি চেতিয়াৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।
মানস জ্যোতি চেতিয়াৰ মৃত্যু হত্যাকাণ্ড নে দূৰ্ঘটনা তাক সঠিক তদন্ত কৰি দোষীক কৰায়ত্ব কৰি এনকাউণ্টাৰ দাবী জনাইছোঁ প্ৰসাসনক। অপৰাধীৰ কোনো ধৰ্ম নাই।সি যিয়েই নহওঁক কিয় উচিত শাস্তি দিব লাগে।