KALPA Rajbongsbi

KALPA Rajbongsbi মোৰ Page লৈ স্বাগতম আপোনালোকৰ মৰম আৰু সহাৰিয়ে আগবাঢ়ি যোৱাত মোৰ প্ৰেৰণা হব

শাৰিৰিক ভাবে অক্ষম তথাপিও প্ৰাপ্ত ধন দিয়াৰ জেদ ।মোৰ পিঠাগুৰি কৰা মিললৈ আহিছিল । দিবলৈ বিচৰা ধন খিনি ওভতাই ওচৰতে থকা বজাৰ...
21/08/2026

শাৰিৰিক ভাবে অক্ষম তথাপিও প্ৰাপ্ত ধন দিয়াৰ জেদ ।মোৰ পিঠাগুৰি কৰা মিললৈ আহিছিল । দিবলৈ বিচৰা ধন খিনি ওভতাই ওচৰতে থকা বজাৰৰ পৰা কিবা খাবলৈ অনুৰোধ কৰিলো । আগলৈও মানবী প্ৰাধন্য অব্যৱহাত থাকিব ।

ভা'দ মাহৰ প্ৰথম দিনটোত এজাক ক'ণ ক'ণ ভকতৰ সৈতে নামঘৰত ।
19/08/2026

ভা'দ মাহৰ প্ৰথম দিনটোত এজাক ক'ণ ক'ণ ভকতৰ সৈতে নামঘৰত ।

যাৰ সুতৰ ওপৰত ধাৰ থাকে তাৰ শান্তি নাই । ফোনটো বাজি থাকে ! যি দুটা মান টকা উপাৰ্জন কৰো আনক দিওতে যায় ।
17/08/2026

যাৰ সুতৰ ওপৰত ধাৰ থাকে তাৰ শান্তি নাই । ফোনটো বাজি থাকে ! যি দুটা মান টকা উপাৰ্জন কৰো আনক দিওতে যায় ।

পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা গ্ৰীম্মকালীন নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিতি থাকে নলবাৰী শঙ্কৰ ঘঙ্ঘৰ...
16/08/2026

পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা গ্ৰীম্মকালীন নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিতি থাকে নলবাৰী শঙ্কৰ ঘঙ্ঘৰ জিলা শাখাৰ প্ৰাক্তন উপসভাপতি তথা পশ্চিম বনভাগ আঞ্চলিক শাখাৰ বৰ্তমাৰ উপদেষ্টা শ্ৰীযুত পৰশু ৰাজবংশী বাপ জনা ।

বন্ধুত্ব    এনেদৰে সহজ ভাবে সদায় থাকে যেন ।
15/08/2026

বন্ধুত্ব এনেদৰে সহজ ভাবে সদায় থাকে যেন ।

নতুন সংযোজন মোৰ ব্যৱসায়ত                                           এতিয়াৰে পৰা পিঠাগুৰি ভাঙিব পাৰিব ।                   ...
14/08/2026

নতুন সংযোজন মোৰ ব্যৱসায়ত
এতিয়াৰে পৰা পিঠাগুৰি ভাঙিব পাৰিব ।  স্থান-সোণকুৰিহা চ'ক 

গৰমৰ দিন মানে কুঁহিয়াৰৰ ৰস                                         নতুনকৈ সোণকুৰিহা চ'কত আৰম্ভ                         ...
13/08/2026

গৰমৰ দিন মানে কুঁহিয়াৰৰ ৰস  নতুনকৈ সোণকুৰিহা চ'কত আৰম্ভ  আমাৰ সকলোৰ আপোন নগেন বড়ো দাই দিছে । সকলোৱে সহাৰি দিব বুলি আশা কৰিলোঁ ।

13/08/2026

১৭বছৰ হ'ল মাঁ ৰ মৃত্যু তথাপিও জীয়াই আছে যেতিয়ালৈকে মই জীয়াই থাকিম । নেদেখা জনৰ ওচৰত পাৰ্থনা জনাইছো আইৰ আত্মাৰ পৃৰ্ণ প্ৰাপ্তিৰ বাবে ।

ভক্তিৰ মাজতে শক্তি                                                             সততাৰে জীয়াই থকাৰ এক মাত্ৰ পন্থা ।
09/08/2026

ভক্তিৰ মাজতে শক্তি
সততাৰে জীয়াই থকাৰ এক মাত্ৰ পন্থা ।

Address

Nalbari
781369

Telephone

+916002599103

Website

Alerts

Be the first to know and let us send you an email when KALPA Rajbongsbi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to KALPA Rajbongsbi:

Shortcuts

Share