03/10/2026
#গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোতে মহাত্মা এৱাৰ্ডেৰে সন্মানিত ।
আজিৰ এই পবিত্ৰ গান্ধী জয়ন্তীৰ দিনটোতে গুণগত আৰু উচ্চমানদণ্ডৰ শিক্ষা আগবঢ়োৱাৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া অৱদানৰ স্বীকৃতি হিচাপে আজমল ফাউণ্ডেচনক “Social Good & Impact – Quality Education” শাখাত মহাত্মা এৱাৰ্ড ২০২৬ প্ৰদান কৰা হৈছে।
@
Maulana Badruddin Ajmal
AJMAL CSR Maryam Ajmal Women's college of Science and Technology -Degree