Raise Your Voice Consultancy

Raise Your Voice Consultancy Legal consultancy to resolve the marital issues by amicable settlement and legal counselling

20/02/2026

বিবাহৰ আগতে হোৱা প্ৰেমিক প্ৰেমিকাৰ যৌন সম্পৰ্কক লৈ মাননীয় উচ্চতম ন‍্যায়ালয়ে কালি বিশেষ মন্তব‍্য আগবঢাইছে। বিবাহৰ আগত দুজন ব‍্যক্তি অচিনাকী হৈ থাকে। তেনেক্ষেত্ৰত ব‍্যক্তি দুজনৰ মাজত বিয়া হোৱাৰ পূৰ্বেই যৌন সম্পৰ্ক স্হাপন হলে আৰু পৰৱৰ্তী সময়ত কিবা কাৰণত বিয়া নহ’লে তেনে ঘটনাক ধৰ্ষণ বুলিব পাৰি নে নোৱাৰি বা পাৰস্পৰিক সহমতত হোৱা যৌন সম্পৰ্কৰ বাবে পুৰুষ জন দোষী হয় নে নহয় এই সম্পৰ্কত মাননীয় উচ্চতম ন‍্যায়ালয়ে বিশেষ মত পোষণ কৰিছে।

সমাজত হৈ থকা এনে হাজাৰটা ঘটনাৰ ভূক্তভোগী কোনো লোকে প্ৰয়োজনীয় legal counselling ৰ বাবে যোগাযোগ কৰিব পাৰিব তলৰ ফোন নং ত_
8876619780

18/02/2026

পতি- পত্নীয়ে বহু কষ্টেৰে দুয়োজনৰ উপাৰ্জন জমা কৰি কৰি এটা ঘৰ কিনিলে। ঘৰটো দুয়োজনৰ নামত ৰেজিষ্টাৰ কৰিলে। কেইবছৰমান খুব সুন্দৰকৈ পাৰ কৰিলে। লাহে লাহে তেওঁলোকৰ বিভিন্ন কাৰণত এজনে আনজনক বেয়া পাবলৈ ধৰিলে। পৰিস্হিতি এনেকুৱা হ’লগৈ যে দুয়োজনে Mutual divorce বিচাৰি আদালত পালেগৈ। আদালতে কি সমিধান দিলে? ইমান সহজে তেওঁলোকে Divorce order পালেনে? আদালতলৈ যোৱাৰ আগতে তেওঁলোকে Counselling কৰিব পাৰিলেহেতেন নে?
পৰামৰ্শৰ বাবে Counsellor ৰ Appointment লবলৈ যোগাযোগ কৰিবলৈ তলৰ নম্বৰত ফোন কৰিব পাৰিব-
8876619780

29/01/2026

এগৰাকী প্ৰাপ্ত বয়স্ক যুৱতী এজন পুৰুষৰ লগত বহুদিন ধৰি লিভ্ ইন ৰিল‍্যেশ্বনচিপত থকাৰ পাছত হঠাতে যদি কিবা কাৰণত পুৰুষজনে যুৱতী গৰাকীৰ সতে সম্পৰ্ক এৰি আতৰি যাব বিচাৰে, তেনেক্ষেত্ৰত আইনী সমাধান কি হ’ব পাৰে? যুৱতী গৰাকীয়ে ন‍্যায় কেনেকৈ পাব?? আপোনাৰ যদি তেনে হৈছে, সমস‍্যাবোৰৰ বিষয়ে মন খুলি ক’বলৈ তথা Professional Legal Counselling (Online/Offline)ৰ বাবে Appointment ল’বলৈ মেইল পঠাব পাৰিব তলৰ ঠিকনাত-
[email protected]
Contact Number for appointment :8876619780

ধন‍্যবাদেৰে,
Raise Your Voice Consultancy
Guwahati

আমি আচলতে একান্ত নিজৰ, পৰিয়ালৰ মাজৰ সম্পৰ্কবোৰ Maintain  কৰিব ও লাগে। প্ৰশংসা, সহায়, কৃতজ্ঞতা আদি প্ৰকাশ কৰাৰ লগতে ইজনে ...
28/01/2026

আমি আচলতে একান্ত নিজৰ, পৰিয়ালৰ মাজৰ সম্পৰ্কবোৰ Maintain কৰিব ও লাগে। প্ৰশংসা, সহায়, কৃতজ্ঞতা আদি প্ৰকাশ কৰাৰ লগতে ইজনে আনজনক কৰা সহায়ৰ বাবে ধন‍্যবাদ দিয়া উচিত। পতি-পত্নী, অভিভাৱক-সন্তান আদি সম্পৰ্কবোৰ অতি আপোন যদিও বুজা বুজিৰ অভাৱ, ইগ’ অথবা তৃতীয় পক্ষৰ উপস্হিতিয়ে ভাল সম্পৰ্ক এটা বেয়া কৰি পেলাব পাৰে। ঘৰুৱা অশান্তি, কাজিয়াবোৰক আৰক্ষী বা আদালতলৈ নিবলৈ বহু লোকে অসুবিধা পায়। আনহাতে সমস‍্যাবোৰক লৈ সংসাৰখন আগুৱাই নিয়াত অসুবিধা ও হয়। কথাবোৰ কাক জনালে সমাধান পোৱা যাব তাৰ চিন্তাই সময়বোৰ বিষাক্ত কৰি তোলে।
এনেবোৰ সমস‍্যাক শুনি, বুজি লৈ আইনী পৰমৰ্শৰে সমাধান দিবলৈ “Raise Your Voice Consultancy “ ৰ লগত যোগাযোগ কৰিব পাৰে। Professional Legal Counselling ৰ জৰিয়তে আপোনাৰ সমস‍্যাবোৰৰ সমাধান দিবলৈ Online Session ৰ ব‍্যৱস্হাও কৰা হৈছে। পতি, পত্নী বা ঘৰুৱা সমস‍্যাবোৰৰ বিষয়ে মন খুলি ক’বলৈ যিকোনো ব‍্যক্তিয়ে Legal Counselling ৰ বাবে Appointment ল’বলৈ মেইল পঠাব পাৰিব তলৰ ঠিকনাত-
[email protected]

ধন‍্যবাদেৰে,
Raise Your Voice Consultancy
Guwahati

Address

Hatigaon
Guwahati
781038

Website

Alerts

Be the first to know and let us send you an email when Raise Your Voice Consultancy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share