Myself Arju Ikbal

Directions Website Contact the business

Myself Arju Ikbal ⚖️ Advocate | Gauhati High Court
⚖️ Court ৰ পৰা Camera লৈ!
💼 আইনৰ জগতখনক সহজ আৰু আমোদজনক ৰূপত আপোনালৈ আগবঢ়াইছোঁ।
🌐 সংযোগ কৰক আৰু নিজকে সজাগ ৰাখক।

26/08/2026

আপোনাৰ মাটিৰ জমাবন্দী বা চিঠাত আনৰ নাম? জানক কেনেকৈ কৰিব নামজাৰি কৰ্তন!

25/08/2026

Supreme Court ৰ Judgment বোৰৰ বিষয়ে যদি আপুনি জ্ঞাত মানে আপোনাৰ গোচৰ কোন দিশে যাব ক'ব পাৰে।

25/08/2026

কেৱল Criminal Case চলি থকাৰ বাবেই চাকৰি যাব নেকি? চৰকাৰী কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ ৰায়!

24/08/2026

গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকৰণৰ সন্দৰ্ভত
আজি গৃহৰক্ষী ৱেলফেয়াৰ এছ’চিয়েচন, কেন্দ্ৰীয় সমিতি, অসমৰ তৰফৰ পৰা আমাৰ সন্থাৰ আইন উপদেষ্টা মহোদয় শ্ৰীযুত Arzu Ikbalৰ সৈতে গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়টো সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।
আলোচনাত গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকৰণ, ন্যায়সংগত অধিকাৰ আৰু সেৱা-সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আইনী দিশৰ পৰা আলোচনা কৰা হয়।
এই বিষয়ত প্ৰয়োজনীয় নথি-পত্ৰ আৰু আইনী পৰামৰ্শ পৰ্যালোচনা কৰাৰ পিছত অতি সোনকালে গুৱাহাটী উচ্চ ন্যায়ালয়ত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব।
সন্থাই আশা কৰে যে, আইনী আৰু গণতান্ত্ৰিক পদ্ধতিৰে গৃহৰক্ষী জোৱানসকলৰ ন্যায্যH অধিকাৰৰ বাবে আগবাঢ়ি যোৱা হ’ব।
জয় হিন্দ 🇮🇳
আবু নছৰ।
সভাপতি
গৃহৰক্ষী ৱেলফেয়াৰ এছ’চিয়েচন
কেন্দ্ৰীয় সমিতি, অসম
Griharakshi Welfare Association .
゚ Issued.

#গৃহৰক্ষী

গৃহৰক্ষী ৱেলফেয়াৰ এছ’চিয়েচন, কেন্দ্ৰীয় সমিতি, অসমৰ আইন উপদেষ্টা হিচাপে আজি সভাপতি মহোদয়ৰ সৈতে গৃহৰক্ষী জোৱান সকলৰ চাকৰি...
24/08/2026

গৃহৰক্ষী ৱেলফেয়াৰ এছ’চিয়েচন, কেন্দ্ৰীয় সমিতি, অসমৰ আইন উপদেষ্টা হিচাপে আজি সভাপতি মহোদয়ৰ সৈতে গৃহৰক্ষী জোৱান সকলৰ চাকৰি নিয়মীয়া কৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।

23/08/2026

Caste Certificate/জাতিৰ প্ৰমাণ পত্ৰ Online ত কেনেকৈ আবেদন কৰিব?

21/08/2026

বৰ্তমান আমাৰ মহানগৰীত নাও ৰ প্ৰয়োজন হৈছে।

21/08/2026

Helpline Number 1912, WhatsApp Number 7575999666

20/08/2026

আপোনাৰ মাটি আনৰ দখলত আছে নেকি? কেৱল Court ৰ Decree পোৱাটোৱেই শেষ নহয়।

20/08/2026

বেলেগৰ মাটি দখল কৰিলে হ'ব Jail.

Address

Hatigaon
Guwahati
781038

Alerts

Be the first to know and let us send you an email when Myself Arju Ikbal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Myself Arju Ikbal:

Shortcuts

Share

Category