Mainuddin Ali

Mainuddin Ali জীৱন মানে সংগ্ৰাম

17/07/2026

ছোনম ৱাংচুকক লৈ মুখ খুলিলে অভিনেত্ৰীৰ সোনাক্ষী সিনহাই ।।

অভিনেত্ৰী সোনাক্ষী সিনহাই ছোনম ৱাংচুকক লৈ নিজৰ মতামত প্ৰকাশ কৰি তেওঁৰ বিষয়ত প্ৰতিক্ৰিয়া আগবঢ়ালে।।।
I support

17/07/2026

ছোনম ৱাংচুকৰ মন্তব্য

"যদি মই খাওঁ তাৰ পৰা কি সলনি হ'ব? চৰকাৰলৈ কি বাৰ্তা যাব বৰঞ্চ চৰকাৰ জবাবদিহি হোৱাৰ পৰা বিৰত থাকিব।বিভিন্নজনে অনশন ভংগ কৰিবলৈ জনোৱা আহ্বানৰ পিছত নিজৰ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ ছোনম ৱাংচুকৰ।।

জন্তৰ-মন্তৰত চলি থকা এই অনিশ্চিতকালীন ভোক হড়তালক এতিয়া শীঘ্ৰে সমাপ্ত কৰিব লাগে, কিয়নো ইমান দিনৰ কঠোৰ উপবাসৰ পাছত কেৱল...
17/07/2026

জন্তৰ-মন্তৰত চলি থকা এই অনিশ্চিতকালীন ভোক হড়তালক এতিয়া শীঘ্ৰে সমাপ্ত কৰিব লাগে, কিয়নো ইমান দিনৰ কঠোৰ উপবাসৰ পাছত কেৱল একা চোনমেই নহয়, বৰঞ্চ তেওঁৰ সৈতে কান্ধে কান্ধ মিলাই বহি থকা নেহাৰ স্বাস্থ্যও অতি নাজুক মোড়ত উপনীত হৈছে।
লোকতন্ত্ৰত নিজৰ মতামত উত্থাপন কৰা প্ৰতিজন নাগৰিকৰ অধিকাৰ, কিন্তু নিজৰ জীৱন আৰু স্বাস্থ্যক বিপদত পেলাই দি এনে কৰাটো অতি চিন্তাজনক, বিশেষকৈ যেতিয়া প্ৰশাসন বা চৰকাৰৰ তৰফৰ পৰা কোনো ঠোস প্ৰতিক্ৰিয়া বা সংবেদনশীলতা দেখা নাই। যেতিয়া সন্মুখত শুনিবলৈ কোনো নাই, তেতিয়া জেদত আটকাই থকাৰ পৰিৱৰ্তে নিজৰ ৰণনীতি সলনি কৰাটোৱে অধিক বুদ্ধিমানৰ কাম।
চোনম আৰু নেহা উভয় যুৱ নেতাক এইটো বুজিব লাগিব যে দেশ আৰু এই ছাত্ৰ আন্দোলনৰ তেওঁলোকৰ চিন্তাধাৰা আৰু নেতৃত্বৰ প্ৰয়োজন, যাৰ বাবে তেওঁলোকৰ সুস্থ থকাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ; সেয়েহে তেওঁলোকে তৎক্ষণাত ডাক্তৰৰ পৰামৰ্শ মানি অনশন ভাঙিব লাগে আৰু নিজৰ যুঁজৰ বাবে আন এটা লোকতান্ত্ৰিক পথ বাছি ল’ব লাগে।

I support

সশ্ৰদ্ধ প্ৰণাম।।🙏
21/06/2026

সশ্ৰদ্ধ প্ৰণাম।।
🙏

21/06/2026

Good Morning Everyone 🌅

20/06/2026

👉বিজেপিয়ে কৈছে যে দলিতসকলে আৰএছএছ (RSS) লৈ প্ৰশ্ন কৰা উচিত নহয়, কিয়? দলিতসকল কি সমাজৰ অংশ নহয়, দলিতসকল কি সংবিধানৰ অংশ নহয়? যদি আৰএছএছ-এ মোৰ ৰাজ্যত ইমান ডাঙৰ সংগঠন চলাই আছে, তেন্তে তেওঁলোকে পঞ্জীয়নভুক্ত হ'ব লাগিব বা মই সোধা প্ৰশ্নৰ উত্তৰ দিব লাগিব যে আপোনালোক কিহৰ আধাৰত চলি আছে।।
প্ৰিয়ংক খৰ্গে



20/06/2026

জুবিন দাৰ গান গোৱাটো থিকেই গাইছে কিন্তু চুৰি হে কিয় কৰিলে সেইটো বুজি নাপালে।।😆

অসমৰ সৈতে আগবাঢ়ি যাওঁক যুগদ্ৰষ্টা আমাৰ জুবিন দাও ।অসমৰ প্ৰতিটো প্ৰজন্মৰ সৈতে আমাৰ জুবিনদাও আগবাঢ়ক সকলো বাটেৰে আমাৰ শৃংখ...
19/06/2026

অসমৰ সৈতে আগবাঢ়ি যাওঁক যুগদ্ৰষ্টা আমাৰ জুবিন দাও ।অসমৰ প্ৰতিটো প্ৰজন্মৰ সৈতে আমাৰ জুবিনদাও আগবাঢ়ক সকলো বাটেৰে আমাৰ শৃংখলিত উন্মাদ মাতেৰে ।

"এন্ধাৰ হ’ব নোৱাৰোঁ
মচি দিব নোৱাৰোঁ
পাখি মেলা অতীতক
কিহৰে পাহৰোঁ ।" - জয় জুবিন গাৰ্গ

তুমি এখন ছবি মচিবাদুখন ছবি মচিবাআমি হেজাৰ ছবি আঁকিমতুমি বাওনা হৈ আকাশৰ তৰাআঁজুৰি আনিব খুজিছাপাৰিবাজানোবতাহৰ পৰা সুগন্ধি ...
18/06/2026

তুমি এখন ছবি মচিবা
দুখন ছবি মচিবা
আমি হেজাৰ ছবি আঁকিম

তুমি বাওনা হৈ আকাশৰ তৰা
আঁজুৰি আনিব খুজিছা

পাৰিবাজানো
বতাহৰ পৰা সুগন্ধি মচিবলৈ
জ্বলিথকা সূৰ্যটো ঢাকিবলৈ
প্ৰতিটো উশাহত জীয়াই থকা
সেই সত্তা মচিবলৈ

সংলগ্ন ফটোৰ উৎস সামাজিক মাধ্যম ফেচবুক।।

মুছলমান ধৰ্ম গুৰুক অপমান কৰি পোষ্ট এটা দি আপোনাৰ  কৰবাত লাভ হৈছে যদি জনাব। ইমান নিকৃষ্ট মানসিকতা লৈ জীয়াই নিজকে সনাতনী ...
14/06/2026

মুছলমান ধৰ্ম গুৰুক অপমান কৰি পোষ্ট এটা দি আপোনাৰ কৰবাত লাভ হৈছে যদি জনাব। ইমান নিকৃষ্ট মানসিকতা লৈ জীয়াই নিজকে সনাতনী বুলি কব লাজ নালাগে নে।আচলতে কিছু সংখ্যক আপোনালোকৰ দৰে উসৃংখল প্ৰজাতিৰ মানুহৰ কাৰণে সমাজখন বহুত বেয়া লৈকে গতি কৰিব।পুলিচ প্ৰসাশনে এই বিষয়টোত অলপ দৃষ্টি গোচৰ কৰা উচিত ।।

Address

Rangia

Website

Alerts

Be the first to know and let us send you an email when Mainuddin Ali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category